ৰঙাপৰাত ৩৫০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ।

ৰঙাপৰাত কৃতি ছাত্ৰছাত্ৰীক সম্বৰ্ধনা সমষ্টিটোৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতীৰ ।ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ তিনিওটা মণ্ডল আৰু যুব মৰ্চাৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত সদ্য ঘোষিত নীট পৰীক্ষাৰ

লগতে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ৩৫০ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ, গছপুলি আৰু একোটাকৈ ফাইলেৰে উষ্ম সম্বৰ্ধনা জনায় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *