চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা৷

চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা৷প্ৰায় সাত লাখ টকা মূল্যৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক ৷ড্ৰাগছ কন্টেইনাৰ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ৷ চাবোনৰ কেচসহ ৫৮: ৭৯(৩৪:২২) গ্ৰাম আৰু ১১ টা ড্ৰাগছ (১:৬০) গ্ৰাম কন্টেইনাৰ সহ ছাদ্দাম হুছেইন আৰু আতিকূল ইছলামক গ্ৰেপ্তাৰ৷

চাৰিদুৱাৰ আৰক্ষীয়ে লখৰা কেন্দ্ৰত অভিযান চলাই আই ১০ গাড়ীত আনি থকা অৱস্থাত দ্ৰাগছ সহ সৰবৰাহকাৰী আটক কৰাৰ লগতে তিনিটাকৈ মোবাইল জব্দ কৰে৷ চাৰিদুৱাৰ আৰক্ষীয়ে আই ১০ গাড়ীখনো জব্দ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *