হাতে হাতে ত্ৰিৰংগা লৈ হাতীধুৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি পদযাত্ৰা।

সাধাৰণ ৰাইজক ত্ৰিৰংগা মহত্ব বুজাবলৈ মহাবিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰুবুল বৰ্মনৰ নেতৃত্বত উলিওৱা এই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় অধ্যক্ষগৰাকীয়ে।











Leave a Reply