পঞ্চায়ত নিৰ্বাচনৰ বাবে ‘আপ’ৰ শ্লোগান মুকলি

আৰম্ভ হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অসমত দৰমহা নাপাই আত্মহত্যা কৰিছে চৰকাৰী কৰ্মচাৰীয়ে- আপ গুৱাহাটী, ৭ অক্টোবৰ - ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে আম আদমী পাৰ্টিয়ে। আজি গুৱাহাটীৰ

সোমবাৰে অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি

ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত আজি গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে৷ বৰ্তমান সময়ত কৃষিকৰ্ম

ৰাজ্যত পুনৰ অনুষ্ঠিত হৈছে নিযুক্তি সমাৰোহ

এই সমাৰোহত সোমবাৰে ৩৮৫ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰে। এই অনুসৰি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নিযুক্তি সমাৰোহৰ অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০

ডিব্ৰুগড়ৰ মাইজান মথলাত গৰাখহনীয়াত জাহ যায় কেইবাটাও বাসগৃহ

দল-সংগঠনৰ সহযোগত প্ৰতিবাদ ডিব্ৰুগড়ৰ মাইজান মথলা অঞ্চলত বৃহৎ গৰাখহনীয়া। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত বৰ্তমান ১০টা বাসগৃহ বিলিন হৈছে। বৰ্তমানেও ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ কোনো গুৰুত্ব নাই। স্থানীয় বিধায়ক প্ৰশান্ত ফুকনক এই বিষয়

বতৰৰ বাবে ম্নান পৰিব নেকি পূজাৰ আনন্দ?

শাৰদীয় দুৰ্গোৎসৱত বিধি-পথালি দিব নেকি বৰষুণে? বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰী কৰা আগজাননী অনুসৰি ৰাজ্যৰ লগতে মহানগৰীৰ কিছু কিছু ঠাইত মজলীয়া আৰু পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। ৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজ্যৰ লগতে

প্ৰতিখন পুজা সমিতিলৈ ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে

এই বৰ্ষত কলিয়াবৰৰ ১০৬ খন পুজা সমিতিয়ে লাভ কৰিছে। শনিবাৰে সন্ধিয়া কলিয়াবৰ সহ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত কলিয়াবৰৰ ১০৬ খন পুজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। পুজা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে নিযুত মইনা আঁচনি

এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৫৯০৯৩ গৰাকী ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। চলিত বিত্তীয় বৰ্ষত ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অনুদানৰ ধনৰ চেক প্ৰদান কৰি কয়- অহা ৩বছৰত ১০ লাখ

খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে নিযুত মইনা আঁচনি

এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৫৯০৯৩ গৰাকী ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। চলিত বিত্তীয় বৰ্ষত ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অনুদানৰ ধনৰ চেক প্ৰদান কৰি কয়- অহা ৩বছৰত ১০ লাখ ছাত্ৰীক

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি খাব আপুনি

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি কি খাব ১. কুহুমীয়া পানী: ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে পাচন তন্ত্ৰ পৰিস্কাৰ হয় আৰু বিপাক বৃদ্ধি হয়। ২. নেমু পানী: নেমু পানী সেৱনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ

জামুগুৰিহাটৰ ৰঙাপৰাৰ বিধ্বস্ত পথে জলা কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক

পথৰ দুৰৱস্থাৰ বাবেই আহ-যাহ কৰাত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী। কেৱল ইমানেই নহয়, পথছোৱাৰ মাজত সৃষ্টি হোৱা গাঁতৰ বাবে স্কুলীয়া শিক্ষাৰ্থীয়ে দুচকীয়া বাহনৰ পৰা পৰি আঘতপ্ৰাপ্ত পৰ্যন্ত হ'ব লগা হৈছে। পথছোৱাৰ মাজত সৃষ্টি হোৱা এটা প্রকাণ্ড