প্ৰকৃতিৰ সৌন্দৰ্য্য বৰ্দ্ধন আৰু বনৰীয়া জীৱ-জন্তু চৰাই চিৰকতি খাদ্য অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ৰাজহুৱা শ্মশানৰ চাৰিওপিনে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত কাৰবি সমাজৰ ভূমি দাতা স্বৰ্গীয় উদয় মিকিৰ ইংজাল পাটৰং ৰাইজৰ বিষ্ঠ সমাজ কৰ্মী তথা পাটৰং কাৰ্বি সমাজৰ এজন পুৰোহিতো উপস্থিত থাকে ।

লগতে ৫২ নং ৱাৰ্ডৰ পাৰিষদ শ্ৰীযুত গোকুল গোস্বামী ডাঙৰীয়া, পাটৰং ৰাইজৰ সমাজ কৰ্মী তথা কাৰবি দেহাল ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সভাপতি শ্ৰীযুত সৰ্বেশ্বৰ বে, কাৰবি দেহাল ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক, ফাৰ্ষ্ট নিউজ অসমৰ সাংবাদিক লগতে নাৰেঙ্গী অঞ্চলৰ সমাজকৰ্মী শ্ৰীযুত ৰাজু ক্ৰ । কাৰ্বি সমাজৰ লংএ আৰ্থিক ( ছহিদ বেদী) প্ৰথম দাতা পাটৰং ৰাইজৰ তথা নাৰেঙ্গী অঞ্চলৰ সমাজ কৰ্মী মহন্ত ৰংপি। স্বেচ্ছাসেৱী সংস্থা হেপিনেছ টু অল’ ৰ সভাপতি শ্ৰীযুত ৰাকেশ চন্দ্ৰ ক্ৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













Leave a Reply