ৰঙিয়া চেইন চুৰি ঘটনাৰ লগত জৰিত দুজনক আটক ।কমলপুৰ ২ নং খৰিকটৰ ইফটিকাৰ হুছেইন আৰু বাপুকণ আলীক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে । পুৱা ৰঙিয়াৰ ব্ৰিক ফিল্ড কল’ণিৰ পৰা এই দুজনে পিস্তল দেখুৱাই কাঢ়ি নিছিল এগৰাকী মহিলাৰ সোণৰ চেইণ ।

ঘটনা সন্দৰ্ভত ৰঙিয়াৰ নিউ ভাৰত গহণালয় নামৰ এখন গহণা বিপনীৰ স্বত্তাধিকাৰী আলিমুদ্দিন লস্কৰক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে ।চৰি কৰা সোণৰ চেইণ ক্ৰয় কৰিছিল আলিমুদ্দিন লস্কৰে ।

প্রতঃ ভ্ৰমণলৈ গৈছিল ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ পখিলা কলিতা সেইসময়তে হেলমেট পৰিধিত দুই দুৰ্বৃত্ত আহিছিল এখন মটৰচাইকেলত ,ৰঙিয়া নগৰৰ মাজতে এই চাঞ্চল্যকৰ ঘটিছিল এই ঘটনাটো












Leave a Reply