চৰকাৰ প্ৰশাসনে ই ৰিক্সাৰ ওপৰত জাপি দিয়া নিতি নিৰ্দেশনা বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।পাঁচ জন যাত্ৰীৰ পৰিবৰ্তে তিনিজন যাত্ৰী লৈ ভাড়া মাৰাত লোকচানৰ সন্মুখীন হৈছে ই ৰিক্সা চালক সকল।ই ৰিক্সা চালক সকলক আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে ই ৰিক্সা চালক সকলে।
বিভিন্ন বৃত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ই ৰিক্সা ক্ৰয় কৰা চালক সকল এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছেশিক্ষিত নিবনুৱা সকলে চাকৰিৰ পৰা বঞ্চিত হৈ একমাত্ৰ উপাৰ্জনৰ পথ বাচি লৈচিল যদিও বৰ্তমান ই ৰিক্সাৰ EMI ৰ লগতে পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হৈছেঅতি শিঘ্ৰেই ৰিক্সা ৰ ওপৰত জাপি দিয়া এই আইন বাতিলৰ দাবী জনাইছে ই ৰিক্সা চালক সকলে।চৰকাৰে ই ৰিক্সা চালক সকলক সকাহ নিদিলে অব্যাহত থাকিব প্ৰতিবাদ।








Leave a Reply