মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । গীতানগৰৰ ঔতলত খহিল অনুপম পথৰ এটা অংশ । নিশাৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সংঘটিত ভূমিস্খলন । কথমপি ৰক্ষা পৰিল দুটা পৰিয়ালৰ বাসগৃহ ।

- মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।
- গীতানগৰৰ ঔতলত খহিল অনুপম পথৰ এটা অংশ ।
- নিশাৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সংঘটিত ভূমিস্খলন ।
- কথমপি ৰক্ষা পৰিল দুটা পৰিয়ালৰ বাসগৃহ ।
- জিলা প্রশাসনৰ নিৰ্দেশনা অৱমাননা কৰাৰ বাবেই ভূমিস্খলনৰ অভিযোগ ।
- বাৰিষাৰ সময়ত নিৰ্মাণকাৰ্য কৰিব নালাগে বুলি জাননী জাৰি কৰিছিল প্রশাসনে।
- কিন্তু সেই নিয়ম ভংগ কৰিলে গুৱাহাটী পৌৰ নিগমৰ ঠিকাদাৰ-অভিযন্তাই।
- অনুপম পথৰ ভূমিস্খলন হোৱা স্থানত দেৱাল নিৰ্মাণৰ কাম চলি আছিল।
- দেৱালৰ খুঁটা নিৰ্মাণৰ বাবে গছ-লতা কাটি পৰিস্কাৰ কৰিছিল ঠিকাদাৰী প্রতিষ্ঠানে।












Leave a Reply