গুৱাহাটীৰ বিৰকুচিস্থিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই পূজাৰ বাবে ব্যাপক প্ৰস্তুতি

অহা ৭ জুলাই তাৰিখ মঙ্গলবাৰে শ্ৰী শ্ৰী বুঢ়াগোহাঁই মন্দিৰ প্ৰাংগণত সম্পন্ন হ’ব ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়াগোহাঁই পূজা ।বীৰকুছিস্থিত শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ কাৰ্যালয়ত সংবাদ মেল।

সংবাদ মেল সম্বোধন শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ সভাপতি পৰেশ ৰাহাংৰ।শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ উদ্যোগত অহা ৭ জুলাই তাৰিখে দিনজোৰাকৈ অনুষ্ঠিত কৰা হব শ্ৰীশ্ৰী বুঢ়াগোঁসাইৰ পূজা।দিনজোৰাকৈ অনুষ্ঠিত কৰা কাৰ্যসূচী ৰূপে মন্দিৰ প্ৰাংগণত শুদ্ধিকৰণ, থাপনা স্থাপন, পূজা , নাম প্ৰসঙ্গ, বলি প্ৰদান, হোম, ভোগ বিতৰণ, আদি বিভিন্ন কাৰ্যসূচী কৰা হব।

আয়োজক কমিটিয়ে জনায় বিগত বৰ্ষৰ দৰে এইবেলিও এক লাখতকৈ অধিক ভক্ত প্ৰাণ ৰাইজ উপস্থিত থাকিব

Leave a Reply

Your email address will not be published. Required fields are marked *