Browsing Tag

womens day

আজি আন্তৰ্জাতিক নাৰী দিৱস

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নাৰীৰ স্বাধীনতা, সুৰক্ষা, সম অধিকাৰক লৈ ৮ মাৰ্চত এই দিৱস পালন কৰা হয়। এই বছৰ 'Invest in Women: Accelerate Progress' এই থিমত পালন কৰা হ’ব