Browsing Tag

VIRAT KOHILI

ভাৰতৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মহম্মদ ছামীক প্ৰশংসা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত নিউজিলেণ্ডক ৭০ ৰাণত পৰাস্ত কৰি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় দল, বিশেষকৈ মহম্মদ ছামীৰ বাবে সকলোৱে প্ৰশংসা কৰে।৩৯৮ ৰাণ ৰক্ষা কৰি নিউজিলেণ্ডে

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে

বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি আইচিচি পুৰুষএদিনীয়া বিশ্বকাপ ২০২৩ৰ এটা সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ছেমি ফাইনেল খেলখনত ৮০ ৰাণৰ সীমাত কোহলীয়ে ৬৭৪