Browsing Tag

uttarpradesh

উত্তৰ প্ৰদেশৰ হাথৰসত ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট ঘটনাত ১২১ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ হাথৰসত মঙ্গলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত ১২১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে। কিয় আৰু কেনেকৈ এই ঘটনা হ'বলৈ পালে সেই সন্দৰ্ভত উত্তৰ