Browsing Tag

USTM

ইউ এছ টি এমত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ন মাইল, খানাপাৰা, ৰি ভয়, ২১ জুন, ২০২৪: দেশৰ তথা বিশ্বৰ বহু প্ৰান্তৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউ এছ টি এম) য়েও আজি দশম আন্তৰ্জাতিক যোগ দিৱস অতি উৎসাহেৰে উদযাপন কৰে। সুস্থ মনৰে সুস্বাস্থ্যৰ প্ৰসাৰৰ লক্ষ্যৰে শতাধিক

পদ্মশ্ৰী পাৰ্বতী বৰুৱাক ইউ এছ টি এম সমাজকৰ্ম উৎকৰ্ষ বঁটা-২০২৪ প্ৰদান

প্ৰতি বছৰৰ দৰে এইবাৰো বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ (ইউ এছ টি এম) সমাজ কৰ্ম বিভাগে বিশ্ব সমাজকৰ্ম দিৱস উদযপন কৰে। এই উপলক্ষে আয়োজিত হয় বঁটা প্ৰদান অনুষ্ঠান, বক্তৃতা, নাটক, আৰু সাংস্কৃতিক সন্ধিয়া। এইবাৰৰ সামাজ কৰ্মৰ

ইউ এছ টি এমৰ চিকিৎসা মহাবিদ্যালয় সপোন বাস্তৱত পৰিণত কৰিবলৈ একত্ৰিত চিকিৎসকৰ দল

বিজ্ঞানআৰুপ্ৰযুক্তিবিদ্যাবিশ্ববিদ্যালয়মেঘালয়ত (ইউএছটিএম) আগন্তুকপিএচাংমাআন্তঃৰাষ্ট্ৰীয়চিকিৎসামহাবিদ্যালয়আৰুচিকিৎসালয়ত (পিআইএমচি) যোগদানকৰাচিকিৎসকসকলেআজিইয়াত "প্ৰতিষ্ঠাপকচিকিৎসকৰপ্ৰথমঅভিমুখীকৰণকাৰ্যসূচী"