Browsing Tag

ulfa

আলফা(স্বাধীন)ৰ ম্যানমাৰস্থিত এটা শিবিৰতড্ৰ’ন আক্ৰমণ

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ ম্যানমাৰস্থিত এটা শিবিৰত সংঘটিত হয় এক আক্ৰমণ। ড্ৰ’নেৰে আঘাত কৰা হৈছে শিবিৰটোত। এক বিবৃতি যোগে এই কথা প্ৰ্ৰকাশ কৰিছে ছে আলফা (স্বাধীন)-এ। ভাৰতীয় সেনাই এই ড্ৰ’ন আক্ৰমণ সংঘটিত কৰা বুলি দাবী