Browsing Tag

SUNDAY

দেওবৰীয়া আনন্দত আউল লগাব বতৰে! কাইলৈ এইকেইখন জিলাত হ’ব পাৰে শিলাবৃষ্টি, বিজুলি-ধেৰেকনি!

বৰ্তমান বনভোজৰ বতৰ। বহু লোকে ডিচেম্বৰ মাহৰ দেওবাৰে বনভোজৰ পৰিকল্পনা কৰে। কিন্তু কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰত দেওবৰীয়া আনন্দত আউল লগাব পাৰে বতৰে। উইকেণ্ডত বিধিপথালি দিব পাৰে বৰষুণে। কাইলৈ দেওবাৰ। সপ্তাহৰ ছুটীৰ দিন। দেওবাৰৰ দিনটোত বহু লোকেই