Browsing Tag

SNACK

আজি “বিশ্ব সৰ্প দিৱস”

এই সৰ্প দিৱসৰ দিনাই নিজৰ ক্ষোভ উজাৰিলে বঙাইগাঁওত সৰ্প বান্ধৱ হিচাবে খ্যাত দুই যুৱকে ৷ যুৱক দুজন হ’ল বঙাইগাঁওৰ কাৰ্তিক ওৰাও আৰু কাকৈজানাৰ হৰমোহন ৰাভা ৷ বন বিভাগৰ কৰ্মচাৰী নহ’লেও এই দুই যুৱক অভিজ্ঞ সাপ ধৰাত ৷ বঙাইগাঁওত নিতৌ ৪/৫ ডালকৈ

কলিয়াবৰত ১০ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ

কলিয়াবৰৰ মাধৱগাওঁত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ সাপ । গাওঁখনৰ মমি দে নামৰ মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ হৈছে সাপদাল । ১০ ফুট দৈঘ্য ৰ সাপদালৰ ওজন প্ৰায় ১৩ কেজি । ৰাজু নামৰ যুৱক এজনে সাপডাল উদ্ধাৰ কৰি শিলঘাট