Browsing Tag

sivasagor

শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীত দ্বিতীয়খন এজাহাৰ দাখিল

ভৰলু থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনা নেতাৰ শৃংখল চলিহাৰ বিৰুদ্ধে। দিছপুৰ থানাৰ পিছত ভৰলু আৰক্ষী থানাত শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এইবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে সৰ্ব হিন্দুস্তানী যুৱ পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি শংকৰ সিঙে দাখিল

শিৱসাগৰত এতিয়াৰে পৰা অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি |

⭕অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত | ⭕শ শ অসমীয়া লোক আৰু ৩০ টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলি গলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ | ⭕শৃংখল চহিলা, চিতু বৰুৱাকে ধৰি

নাজিৰাৰ বৰতল তিনিআলিৰ পৰা নিৰুদ্দেশ এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলা

নাজিৰাৰ বৰতল তিনিআলিৰ পৰা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলা নিৰুদ্দেশসন্ধানহীন প্ৰাপ্তঃবয়স্ক মহিলা গৰাকীৰ নাম চৈয়দা জাহানাৰা বেগম |অভিযোগ অনুসৰি বিগত ১১ আগষ্টৰ পুৱা ৬:৩০ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে এই প্ৰাপ্তঃবয়স্ক মহিলাগৰাকী |সদাশয় ব্যক্তিয়ে

বৃহত্তৰ শিমলুগুৰি ব্যৱসায়ী সন্থা আৰু ৰাইজৰ উদ্যোগত শিমলুগুৰিত পথ অৱৰোধ

পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই হওক নাইবা স্থানীয় বিধায়ক গৰাকীৰ লগতে শিমলুগুৰি পৌৰসভাইয়ো | পথছোৱাই শৈল নগৰী বিহুবৰৰ পৰা দৈনিক অহা যোৱা কৰে শিলভৰ্তি ডাম্পাৰ, কয়লা ভৰ্তি বাহন |

শিৱসাগৰৰ দিচাংমুখৰ নামনি গড়ডগা অঞ্চলত নাওদুৰ্ঘটনা

পুৱাই সংঘটিত হয় এক নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত নাওখনত থকা এজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম প্ৰমেশ সাহানি। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিজনকৈ লোকৰ। জানিব পৰামতে হাতীশালৰ পৰা নাও লৈ চাৰিজনীয়া দলটো শিৱসাগৰ

গড়গাঁও মহাবিদ্যালয় উজলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত

সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে প্ৰথম শ্ৰেণী লাভ কৰি মহাবিদ্যালয়ৰ লগতে অঞ্চলটোলৈ

শিৱসাগৰৰ বিধায় অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী

অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী। বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ AIUDFৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াৰ অভিযোগৰ ভিত্তিত ৪৮ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে। যোৱা বৃহস্পতিবাৰে গগৈৰ বিৰুদ্ধে নিৰ্বাচন

শিৱসাগৰত পথ দুঘটনাত মৃত্যু জনপ্ৰিয় ইউটুবাৰ অংকুৰ ৰাজ শৰ্মাৰ

শিৱসাগৰ চহৰত বুধবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত জনপ্ৰিয় ইউ টিউবাৰ, অভিনেতা তথা সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা যুৱক অংকুৰ ৰাজ শৰ্মাই  প্ৰাণ হেৰুৱাই। জানিবপৰা মতে আজি নিশা জনপ্ৰিয় ইউ টিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ  দৰিকাপাৰৰ দিশৰ পৰা শিৱসাগৰ