Browsing Tag

silshor

শিলচৰত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন

শিলচৰত এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰে এজন অট’ চালকৰ। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ পৰা ভাৰাঘৰলৈ অট’ত যাঁওতে এই ঘটনা সংঘটিত হয়। লগে লগে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে আটক কৰে অট’ চালকজনক।’