Browsing Tag

sikkim

 ছিকিমৰ উত্তৰ প্ৰান্তত অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ

প্ৰচণ্ড বৰষুণৰ ফলত বানপানী কৱলত পৰা ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ মংগন জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভূমিস্খলনো প্ৰাকৃতিক বিপৰ্যয়ত ৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক সন্ধানহীন হৈ থকাৰ খবৰ লাভ কৰা গৈছে। আনহাতে এই জিলাখনত প্ৰায়

 ছিকিমৰ ৩২খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM) ৪খন আসনত জয়ী 

ছিকিমৰ ৩২খন আসনৰ ভিতৰত ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM) ৪খন আসনত জয়ী হোৱাৰ লগতে ৩১খন আসনতে আগবাঢ়ি আছে। ইতিমধ্যে ৭হাজাৰৰো অধিক ভোটত ৰেনক বিধানসভা সমষ্টিত বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ইফালে

ছিকিমৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে দৰ্জী শ্বেৰিং লেপচাক বাছনি কৰে বিজেপিয়ে

ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ছিকিমৰ পৰা একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে দৰ্জী শ্বেৰিং লেপচাক দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে নতুন দিল্লীৰ পৰা তিনিখন আৰু ছিকিমৰ এখন আসনৰ নিৰ্বাচন