Browsing Tag

school

প্ৰচণ্ডৰ গৰমৰ বাবে বিহাৰত বন্ধ দিলে শিক্ষানুষ্ঠান

বিহাৰৰ ৰাজধানী পাটনাকে ধৰি কেইবাখনো জিলাত বিগত এসপ্তাহে গৰমে জনজীৱন অসহনীয় কৰি তুলিছে। প্ৰচণ্ডৰ গৰমৰ ফলত ভালেসংখ্যক লোক বেমাৰত পৰাৰ লগতে বেগুচৰাইত এজন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনত প্ৰচণ্ড গৰমৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে এক