Browsing Tag

ravadivash

আজি ৰাভা দিৱস

প্ৰতিবছৰে ২০ জুনৰ দিনটো অসমবাসীয়ে বিষ্ণু প্ৰসাদ ৰাভা দিৱস (Bishnu Rabha Divas) হিচাপে পালন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য