Browsing Tag

praise

প্ৰতিবাদৰ বাবে আৰক্ষীয়ে চোঁচৰাই নিয়া বিনেশ ফোগাট আজি বিশ্বজয়ৰ দিশে

আজি বিনেশ ফোগাটে মহিলাৰ মল্লযুঁজত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাই নহয় সোণৰ পদকৰো দাবীদাৰ হৈ পৰিল। তাৰোপৰি অন্ততঃ তেওঁৰ ৰূপৰ পদক নিশ্চিত হ’ল। এনে পৰিস্থিতিত এতিয়া সামাজিক মাধ্যমত বিনেশ ফোগাটক লৈ চৰ্চা বৃদ্ধি পাইছে।