Browsing Tag

POLITICAL

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদত সাব্যস্ত কৰিলে ভোটাধিকাৰ

আজি দেশজুৰি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব পুৱা ৭ বজাৰ সন্ধিয়া ৫বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাই আদমেদাবাদৰ নিচান উঃমাঃ বিদ্যালয়ত ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। গৃহমন্ত্ৰী অমিত

সোমবাৰে দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

আজি ৬মে। কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী

স্মৃতি দিৱসত অজাপই ঘোষণা কৰিলে ‘ডঃ ময়িদুল ইছলাম বৰা জাতীয় কৃষ্টি বাহিনী’ আৰু সুধালতা…

গুৱাহাটীৰ ৫ মে' : প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰা আৰু প্ৰথম অসমীয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ( প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য, ঢাকা বিশ্ববিদ্যালয়) তথা ডক্টৰেট আৰু অসম সাহিত্য সভাৰ ১৯৪০ চনৰ যোৰহাট অধিবেশনৰ সভাপতি ময়িদুল ইছলাম বৰাৰ

ধুবুৰীৰ বালাজানত কংগ্ৰেছৰ বিশাল জনসভাত সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদিকা প্ৰিয়ংকা গান্ধী

ধুবুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী সভাখনত প্ৰভাষণত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা, বদৰুদ্দিন আজমল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি প্ৰিয়ংকা গান্ধী কয়,অসমত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে গোপন

কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ পাছতে স্পষ্টীকৰণ দিছে অৰবিন্দৰ সিং লাভলীয়ে

কোনো ৰাজনৈতিক দলত যোগদান নকৰে জনাই সদ্য পদত্যাগী নেতাগৰাকীয়ে। কেৱল কেজৰিৱালৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰজোঁটৰ বিৰোধিতাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰা বুলি স্পষ্ট কৰে অৰবিন্দৰ সিং লাভলীয়ে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন

IPS বিষয়া আনন্দ মিশ্ৰই কেতিয়া দাখিল কৰিব মনোনয়ন পত্ৰ

লোকসভা নিৰ্বাচনৰ বাবে বিহাৰৰ পৰা কেতিয়া মনোনয়ন দাখিল কৰিব IPS বিষয়া আনন্দ মিশ্ৰই ৭ মে’ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোত ছখনকৈ ৰে’লৰ যাত্ৰা বাতিলকৰণত আশ্চৰ্য প্ৰকাশ আম আদমি পাৰ্টীৰ

হাজাৰ হাজাৰ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে: ডা৹ ভবেন চৌধুৰী লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ পূব সীমান্ত ৰে'লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে'ল বাতিল কৰা, সাতখনকৈ ৰে'লৰ যাত্ৰা আধাতে সামৰা

কংগ্ৰেছে অ’বিচি, এছচি, এছটিৰ অধিকাৰ লুটিব বিচাৰে: প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে গোপনে অ'বিচি, এছচি আৰু এছটিৰ অধিকাৰ কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে। আগ্ৰাত এক নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে

ৰাজনাথ সিঙে আজি পশ্চিম বংগত নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰিব

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম বংগৰ মুৰ্শিদাবাদ, মালদা উত্তৰ আৰু দাৰ্জিলিঙত ৰাজহুৱা ৰেলী সম্বোধন কৰাৰ কথা আছে। দাৰ্জিলিঙত ভোটগ্ৰহণ ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। মুৰ্শিদাবাদ আৰু মালদাহ উত্তৰত ৭ মে'ত ভোটগ্ৰহণ অনুষ্ঠিত

কংগ্ৰেছে পঞ্জাৱৰ বাবে চিইচি বৈঠক অনুষ্ঠিত কৰে

  নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত কংগ্ৰেছ দলৰ এখন কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ নেত্ৰী ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকখন পঞ্জাৱ আৰু অন্যান্য ৰাজ্যৰ বাকী