Browsing Tag

POLITICAL

ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি অসম জাতীয় পৰিষদৰ

'খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰাৰ পৰিৱেশ সৃষ্টিত উদগণি নোযোগাব' অসমৰ খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰিব পৰা পৰিৱেশ সৃষ্টিৰ সুযোগ কোনো শক্তিক নিদিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছে অসম জাতীয় পৰিষদে৷ শিৱসাগৰত এগৰাকী

মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাৰ সংবাদ মেল

চৰকাৰী চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ মাছুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল সম্বোধন । দুখীয়া আৰু মধ্যবৃত্ত শ্ৰেণীৰ লোকক চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে। এনেধৰণৰ সিদ্ধান্তৰ পৰা চৰকাৰক আঁতৰি থাকিবলৈ নিৰ্দেশ

“অস্বাভাৱিক বিদ্যুত মাচুল তথা মোবাইল মাচুল বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসম তৃণমূল…

"বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ কপালে অসম তৃণমূল কংগ্ৰেছে" গুৱাহাটী, ২৯ জুন, ২০২৪ঃ- অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তেই চৰকাৰৰ দ্বাৰা পুনৰ বাৰ আৰোপিত বৰ্দ্ধিত বিদ্যুৎ মাচুলে ৰাইজৰ মূৰত

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন

এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ইণ্ডিয়া মৰ্চাই। এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে ৮বাৰকৈ সাংসদ

নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসমুতাৰীক সম্বৰ্ধনা পৰ্বতঝোৰাৰ কাজিগাওঁত

পৰ্বতঝোৰাৰ কাজিগাওঁত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসমুতাৰীক বিপুল সম্বৰ্ধনা। সাংসদ নিৰ্বাচিত হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে জয়ন্ত বসুমতাৰীয়ে কাজিগাঁওত উপস্থিত হোৱাত NDA মিত্ৰজোঁটৰ UPPL ,BJP আৰু AGP য়ে বিপুল সম্বৰ্ধনা

এপাৰ্ট প্ৰকল্পৰ থলুৱা কৰ্মচাৰীৰ ছাটাই জাননীত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ

পুনৰ ৰাজ্যৰ থলুৱা কৃষক তথা কৃষিখণ্ডক ৰাম টাঙোন অসম চৰকাৰৰ। অসম চৰকাৰৰ সংস্থা অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে ইয়াৰ অন্তৰ্গত "এপাৰ্ট প্ৰকল্প"ত কৰ্মৰত ২৫৮ গৰাকী থলুৱাক চাকৰিৰ পৰা ছাটাই কৰিবলৈ জাননী জাৰি কৰা কাৰ্য্যৰ খবৰ

আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব চন্দ্ৰবাবু নাইডুৱে।

আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব টি ডি পিৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিব নাইডুৱে। আজি পুৱা ১১.২৭বজাত কেছৰপল্লী আইটি পাৰ্কত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব নাইডুক।

কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

কি মন্ত্ৰিত্ব পাব অসমৰ সৰ্বানন্দ সোণোৱালে? তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫

আজি সাতখন বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে বিভিন্ন বিষয়ত সাতখন বৈঠক অনুষ্ঠিত কৰিব, যাৰ ভিতৰত আছে নতুন চৰকাৰৰ প্ৰথম ১০০ দিনৰ কাৰ্যসূচী পৰ্যালোচনা কৰাৰ বাবে এক চিন্তা-চৰ্চাৰ অধিৱেশন ঘূৰ্ণীবতাহৰ পিছৰ পৰিস্থিতি, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ

প্ৰশাসনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰে ব্যাহত কৰিছে অসমৰ উন্নয়ন-আপ অসম

"২০১৬ চনত জাতি- মাটি - ভেটি ৰক্ষাৰ শ্লোগান লৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে ক্ষমতাত অধিষ্ঠিত হৈছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ ৫ বছৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ আৰু ২০২১ চনৰ পৰা ২০২৪ চনলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব