Browsing Tag

PLAY

২০২৪ৰ আজি পেৰিছ অলিম্পিক প্ৰথম দিন

আজিৰ দিনটোত শ্বুটিং, হকী, বেডমিণ্টন, টেবুল টেনিছ আৰু ছেলিং ইভেণ্টত নামি ভাৰতীয় ক্ৰীড়াবিদসকল। শ্বুটিঙেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে সন্দীপ সিং/ইলাভেনিল ভালাৰিভান, অৰ্জুন বাবুটা/ৰমিতা জিন্দালে ১০ মিটাৰ মিক্সড ইভেণ্টত খেলিব।