Browsing Tag

plant

ইছৰোৱে চন্দ্ৰযান-4 অভিযানত চন্দ্ৰৰ পৰা মাটি আৰু শিলৰ নমুনা উদ্ধাৰ কৰিব

ইছৰোৰ চন্দ্ৰযান-৪ অভিযানত চন্দ্ৰপৃষ্ঠৰ পৰা মাটি আৰু শিলৰ নমুনা উদ্ধাৰ কৰাৰ পৰিকল্পনা আছে। শুকুৰবাৰে পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটৰিঅ'লজিৰ ৬২ তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ এক অনুষ্ঠানত মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক নীলেশ দেশাই