Browsing Tag

neet

নেশ্যনেল টেষ্টিচিং এজেঞ্চি(NTA)ৰ সঞ্চালক প্রধানৰ দায়িত্বৰ পৰা সুবোধ কুমাৰ সিঙক অপসাৰণ

নেশ্যনেল টেষ্টিচিং এজেঞ্চি(NTA)ৰ সঞ্চালক প্রধানৰ দায়িত্বৰ পৰা সুবোধ কুমাৰ সিঙক অপসাৰণ। NEET-UGC বিসংগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অপসাৰণ কৰে সঞ্চালক প্ৰধানগৰাকীক। প্ৰাক্তন আই এ এছ প্ৰদীপ সিং খাৰোলাক NTA প্ৰধানৰ দায়িত্ব প্ৰদান কৰা হৈছে।