Browsing Tag

nagaon

বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত ত্রিৰংগা যাত্ৰা

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত প্ৰতিজন নাগৰিকক স্বাধীনতা দিৱসৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে দৌল মন্দিৰৰ পৰা ত্রিৰংগা যাত্ৰাৰ এক বিশাল সমদল উলিওৱা হয়। বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত

নগাঁৱৰ চাপৰমুখ ৰেলৱে ষ্টেচনৰ ৰে’লৰ ট্ৰেকত পৰি আহত বাঁহী বাদক ঘনশ্যাম কলিতা

যোৱা তিনি জুলাইত গুৰুত্বৰ ভাৱে আহত হয় পুৰণিগুদামৰ যুৱক বাঁহী বাদক ঘনশ্যাম কলিতা। সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় 'কস্মু' ৰ আই,চিউত চিকিৎসাধীন হৈ আছে বহুমুখী প্ৰতিভাসম্পন্ন যুৱকজন। পুৰনিগুদাম কলংপাৰ হালোৱা গাঁৱৰ এটি

বাঘৰ সন্ত্ৰাস নগাঁও জিলাৰ জুৰীয়াৰ জেঙনি গাঁৱত

বাঘৰ আক্ৰমণত দুজন লোক আহত হৈছে। আহত লোক দুজনৰ নাম আব্দুল আজিজ আৰু আক্তৰ হুছেইন। দুয়োজনৰে অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। পথাৰত কাম কৰি থকা অৱস্থাতে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰে লোক দুজনক। আহত লোক দুজনক সংকটজনক

বৃহস্পতিবাৰে ৰহাৰ চাপৰমুখৰ পথৰ কাষত উদ্ধাৰ এটা মৃতদেহ

চাপৰমুখ-কামপুৰ পথৰ তিতাইমাৰী দলঙৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে AS 25 X 4948 নম্বৰৰ স্কুটী। মৃতদেহটো কৌশিক বৰুৱা (২৫) বুলি চিনাক্ত কৰা বুলি জানিব পৰা গৈছে। যুৱকজন আমচৈত পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক

লাওঁখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰত নিহত দুজন

লাওঁখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰ।নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন।নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত।নিশাই বন বিভাগে নিহত হোৱা দুই

কামপুৰ ৰাজহচক্ৰৰ ২০ খন গাওঁ বানৰ কৱলত

সাগৰীয় ঘূৰ্ণি ৰীমালৰ প্ৰবাৱত যোৱা সময়ত অসমত হোৱা প্ৰৱল ধুমুহা বৰষুণৰ ফলত এতিয়া কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে। নিশা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ নৈৰ কোৱাল সোঁতে ভাঙিলে পতিয়াপামৰ মথাউৰি। ফলত কেইবাখনো

অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকা আৰু নাই

 নগাঁও জিলাৰ বেবেজীয়াৰ অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকা আৰু নাই। যোৱা ১৪ মে' মংগলবাৰে গুৱাহাটীৰ এপল' হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জোৱানগৰাকীৰ। মৃত্যুৰ সময়ত পৰাগজ্যোতিৰ বয়স আছিল ২৬ বছৰ। অমায়িক স্বভাৱৰ পৰাগৰ মৃত্যুৰ ঘটনাই

কামপুৰ প্ৰচণ্ড ধুমুহাই গুৰুতৰভাৱে আহত পিপিকন বৰদলৈ

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই কালৰূপ ধাৰণ কৰে কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন এলেকাত। এই ধুমুহাৰ ফলত কামপুৰ -কঠীয়াতলীৰ বিভিন্ন এলেকাত বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাজাকত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঠীয়াতলীৰ টেপআটিৰ পিপিকন

নগাঁও ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২এএল০৮৯২ নম্বৰৰ মটৰ চাইকেল আৰোহী জন দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১