Browsing Tag

MONIPUR

কাছাৰৰ মাৰকুলিনত আশ্ৰয় লৈ থকা মণিপুৰৰ দুৰ্গত লোক সকলক খাদ্য আৰু ঔষধৰ যোগান ধৰিবলৈ নিৰ্দেশ ৰাহুল…

ৰাহুল গান্ধীয়ে সোমবাৰে মনিপুৰলৈ‌ যোৱাৰ পুৰ্বে কাছাৰৰ মাৰকুলিন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰিত সকলৰ খা খবৰ লোৱাৰ সময়ত এই অভিযোগ কৰিছিল শৰণাৰ্থী সকলে। ঔষধৰ অভাবত আনকি কেবাজনো শৰণাৰ্থী অসুস্হ হোৱা বুলিও ৰাহুল গান্ধীক অবগত কৰাইছিল

উগ্ৰপন্থীৰ গুলীবৰ্ষণত দুই চি আৰ পি এফ জোৱান নিহত মণিপুৰত

চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হৈছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰে মণিপুৰত কুকি উগ্ৰপন্থীয়ে দুঘণ্টা ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে। বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত সংঘটিত হয় এই ঘটনাটো । এই ঘটনাৰ ফলত দুগৰাকী চি আৰ পি এফৰ জোৱান নিহত হয়।

প্ৰতিবন্ধকতাৰ মাজতে মণিপুৰৰ পৰা আৰম্ভ হ’ব ভাৰত জোডো ন্যায় যাত্ৰা

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দেওবাৰে অন্যান্য বিশিষ্ট নেতাসকলৰ সৈতে ইম্ফলৰ ওচৰৰ থৌবাল জিলাৰ পৰা ব্যাপক প্ৰচাৰ কাৰ্যসূচীভাৰত জোডো ন্যায় যাত্ৰাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিব

মণিপুৰত হাই এলাৰ্ট’ত জাৰী

  হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি বুধবাৰে (২৯ নৱেম্বৰ) ৰাজ্যখনত পৃথক জনজাতীয় প্ৰশাসনৰ সমৰ্থনত এক পৰিকল্পিত সমদলৰ পূৰ্বে মণিপুৰৰ আৰক্ষী উচ্চ সতৰ্কতাত আছে। ইয়াৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে সমদলটো জো ইউনাইটেড নামৰ এটা ছাতা সংগঠনে

হিংসাপীড়িত মণিপুৰত ইণ্টাৰনেট নিষেধাজ্ঞা ২৩ নৱেম্বৰলৈ বৃদ্ধি

মণিপুৰ চৰকাৰে প্ৰতিকূলতাৰ কথা বিবেচনা কৰি ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ২৩ নৱেম্বৰলৈ আৰু পাঁচ দিনৰ বাবে বৃদ্ধি কৰিছেহিংসাপীড়িত ৰাজ্যত আইন-শৃংখলাপৰিস্থিতি. ৰাজ্যিক আৰক্ষী প্ৰধানে চৰকাৰক দিয়া প্ৰতিবেদনত দেখা গৈছে যে কিছুমান অসামাজিক