Browsing Tag

mizoram

নিচাজাতীয়া সামগ্ৰীসহ ত্ৰিপুৰাৰ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ মিজোৰামত

ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়ণ ভুক্ত এখন বলেৰ' বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে। হেৰ'ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়। TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ

মিজোৰামত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লালদুহোমাৰ

লালদুহোমাৰ নেতৃত্বত জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) চৰকাৰে শুকুৰবাৰে মিজোৰামত শপত গ্ৰহণ কৰে, যাৰ ফলত উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনে প্ৰথমখন অ-কংগ্ৰেছী, অ-এমএনএফ চৰকাৰ লাভ কৰে। পুৱা ১১ বজাত আৰম্ভ হোৱা আইজলৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ

এয়াৰষ্ট্ৰাইকৰ পিছত ম্যানমাৰৰ নাগৰিকসকলে মিজোৰামৰ চম্ফাইত আশ্ৰয় লৈছে

শেহতীয়াকৈ ম্যানমাৰ সেনাই ইণ্ডো-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত কৰা বিমান আক্ৰমণৰ পিছত, তেওঁলোকৰ দেশৰ পৰা পলায়ন কৰা প্ৰায় ৫০০০ ম্যানমাৰীয়ে এতিয়া মিজোৰামৰ চম্ফাই জিলাৰ জোখাৱথাৰ অঞ্চলত আশ্ৰয় লৈছে। জোখাৱথাৰ হৈছে মিজোৰামৰ চম্ফাই জিলাৰ এখন