Browsing Tag

MANASHRABIN

মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি

মাজুলীৰ আউনীআটী মণি কাঞ্চন ৰংগক্ষেত্ৰত কেন্দ্রীয় মুকলি বিহুত উত্তপ্ত পৰিস্থিতি। চুক্তিমতে ধন দিব নোৱাৰা বাবে বহু পলমকৈ অনুষ্ঠিত হয় মানস ৰবীনৰ সংগীতানুষ্ঠান। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু আউনীআটিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত