Browsing Tag

KOLIABOR

বিদ্যালয়ললৈ অহা ছাত্ৰীক অপহৰণৰ অপচেষ্টা কলিয়াবৰত

বিদ্যালয়ললৈ অহা নাৱালিকা ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলায় আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত। ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰ আৰক্ষী থানা এলেকাধীন নিজ চিলাবন্ধাত। কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী নাৱালিকা ছাত্ৰী

কলিয়াবৰৰ ৰহধলা পঞ্চায়ত ৰিলিফৰ সামগ্ৰী সৰলুকি

কলিয়াবৰ ত বানাক্ৰান্তৰ বাবে ৰহধলা পঞ্চায়তত মজুত ৰখা সামগ্ৰী চুৰী কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পঞ্চায়তত মজুত থকা । পৰিমল দাস আৰু মিছামুখ পামৰ চৰকাৰী গাঁও প্ৰধান বলোৰাম ওৰাঙে চাউল ভৰ্তি বস্তা বিক্ৰী কৰিবলৈ নিয়াক কেন্দ্ৰ কৰি

কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কলিয়াবৰত যাতে তৃতীয়টো বান নহয় তাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি কম সময়তে মথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।কলিয়াবৰৰ হাতীমূৰাত উপস্থিত হৈ

কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস।

বাঘৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল । সোণাৰী-কামাখ্যা গাঁৱত নিশা এটা ঢেকীয়াপতীয়া বাঘৰ বিচৰণ। শিলঘাট-জখলাবন্ধা সংযোগী পথ অতিক্ৰম কৰি বাঘটোৱে প্ৰৱেশ কৰে গাঁওখনত। নিশা গোহালিৰ গৰু চিকাৰৰ বাবে বাঘটো আহিছিল বুলি উল্লেখ কৰে স্থানীয়

তেল চুৰিৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদাক

অৱশেষত আত্মসমৰ্পণ কৰিলে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই।জানিব পৰা মতে, উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খোৱা ৰকিবুল হুদাই। আত্মসমৰ্পনৰ পাছতে হুদাক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য

কলিয়াবৰত আৰু এজন জাপানী এনকেফেলাইতিজ ত আক্ৰান্ত

কলিয়াবৰত পুনৰ জাপানীজ এনকেফেলাইতিজত আক্ৰান্ত হৈছে এগৰাকী ৬৪ বছৰীয়া বৃদ্ধা । বৃদ্ধা গৰাকী ভোমোৰাগুৰি গাওঁৰ পুতু বৰা বুলি জানিব পৰা গৈছে । টি এম চি এইচ ৰ চিকিৎসা গ্ৰহণ কৰি থকা মহিলা গৰাকী বৰ্তমানো নিজা ঘৰতেই আছে । আজি টি এম চি এইচ ত

নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দি অনুদানৰ ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কলিয়াবৰৰ বামুণীত

অনুদানৰ ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰিল দুই ঠগ প্ৰবঞ্চক। কলিয়াবৰৰ বামুণীত সংঘটিত হৈছে সেই ঘটনা। বামুণী গাঁৱৰ একাংশ মহিলাক ঘৰ দিম বুলি দুই প্ৰৱঞ্চকে লুটিলে বহু ধন।নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া দুই প্ৰবঞ্চক বাবুল আলি আৰু

কলিয়াবৰ ত অনুষ্ঠিত গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

কলিয়াবৰ শিক্ষা বিকাশ ফাউণ্ডেচনৰ উদ্যোগত গৰৈমাৰী শিক্ষা বিকাশ জাতীয় বিদ্যালয়ত চাৰিদিনীয়া ভাবে অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰ। নগাঁও নৰ্মাল স্কুল আৰু ডি.আই.ই.টি ৰ সহযোগিতাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অভিজ্ঞ প্ৰশিক্ষকৰ

কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত পথৰ বিৰুদ্ধিতাৰে প্ৰতিবাদ চাহ শ্ৰমিক¸আটছাৰ

চিকনি চাহ বাগিছাত কলিয়াবৰ আটছাৰ উদ্যোগত বাগিছাখনৰ শ্ৰমিক ৰাইজে পুৱাই তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মান হবলগা চাৰিলেন যুক্ত পথচোৱা চিকনি চাহ বাগিছাৰ মাজেৰে যোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিকৰ। বাগিছাখনৰ

কলিয়াবৰত যোৱা ৭ জুলাই ৰ পৰা আৰম্ভ হোৱা পবিত্ৰ ৰথযাত্ৰাৰ সফল সামৰণি

যোৱা ৭ জুলাই তাৰিখে আৰম্ভ হৈছিল পবিত্ৰ ৰথ যাত্ৰা। উৰিষ্যাৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰাৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় এই ৰথ যাত্ৰা উৎসৱ। তাৰ সমান্তৰালভাবে কলিয়াবৰৰো ভিন্ন স্থানৰ লগতে কুলিডুঙা গাঁও টো ৰাইজ গোপিনী