Browsing Tag

kazeronga

পৰ্যটকৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চলিত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পৰ্যটক ৷ ২০২৩ বৰ্ষৰ ১৫অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি বন্ধ হ'ব ৷