Browsing Tag

KASHMIR

কাশ্মীৰত ‘মোডী কি গেৰাণ্টি কি গাদি’ক আদৰণি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকচিত ভাৰত সংকল্প যাত্ৰাৰ (ভিবিএছৱাই) হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই আঁচনিসমূহৰ লাভালাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ ওচৰত উপনীত হোৱাটো নিশ্চিত কৰি

ঘন কুঁৱলীয়ে আৱৰি ধৰিছে শ্ৰীনগৰক

সোমবাৰে একেৰাহে তৃতীয় দিনৰ বাবে জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত ঘন কুঁৱলীয়ে আৱৰি ধৰিছিল, যাৰ ফলত দৈনন্দিন জীৱন আৰু পৰিবহনত ব্যাঘাত ঘটিছিল। বতৰ বিজ্ঞান বিভাগে ২৭ ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত বিক্ষিপ্ত স্থানত বৰষুণ আৰু বৰফৰ আগজাননী দিছে,