Browsing Tag

JORHAT

যোৰহাটৰ পৰা দিল্লীলৈ পুনৰ চলাচল কৰিব বিমান

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰস্তাৱৰ প্ৰতি সহাঁৰি জনাইছে অসামৰিক বিমান পৰিবহন বিভাগৰ মন্ত্ৰী ৰাম মোহন নাইডুৱে। যোৰহাটৰ পৰা দিল্লীলৈ বিমান চলাচল পুনৰ সক্ৰিয় কৰাৰ বাবে আবেদন জনাইছিল সাংসদ গগৈয়ে। তেঁওৰ এই

ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত ১১ টা পদক লাভ বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ

তিতাবৰৰ বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ সাফল্য। ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১১ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ খেলুৱৈয়ে। ক্লাৱটোৰ এই সাফল্যই বৰ্তমান গৌৰাম্বিত কৰিছে বৰহোলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক।

জনতাৰ শিল্পী জাতিৰ কন্ঠ মহেন্দ্ৰ হাজৰিকাক “শিল্পী উদ্দীপনা বঁটা” প্ৰদান

সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন শিল্পী উদ্দীপনা বঁটা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত দিনযোৰা

মৰিয়নিত জাপানীজ এনকেফেলাইটিছৰ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ

মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক, এজনৰ মৃত্যু, কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। স্বাস্থ্য বিভাগে আবেলি

যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ উজ্জীৱিত কৰি তোলাৰ লক্ষ্য উদ্দেশ্য আগত লৈ প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হব যোৰহাট জিলাত যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্নয় ক্ষেত্ৰত অনুষ্ঠিত