Browsing Tag

jorahat

চিকিৎসক, নাৰ্ছৰ অভাৱ ঘটিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক অতি উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২৩১টা চিকিৎসকৰ পদ আছে যদিও বৰ্তমান ৬৫টা চিকিৎসকৰ পদ খালী হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত। আনহাতে JMCHত আজিৰ তাৰিখত ১০৭গৰাকী ষ্টাফ নাৰ্ছৰ পদ খালী