Browsing Tag

jagiroad

আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখবনব উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অর্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হ'ব। এই উদ্যোগটোৱে বাজ্যত অত্যাধুনিক

মৰিগাঁও জাগীৰোড চিলিন্দাৰ ভৰ্তি ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত

মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেট দূৰ্ঘটনাগ্ৰস্ত এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ নম্বৰ AS25BC6636 ট্ৰাক খনে নুমলিগৰ পৰা গুৱাহাটী অভিমুখে আনিছিল চিলিন্দাৰ খিনি। ট্ৰাক খনৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত বাচনাঘাটৰ