Browsing Tag

IPS

শীঘ্ৰেই অসম এৰি স্বগৃহলৈ উভতিব IPS আনন্দ মিশ্ৰ!

লখিমপুৰৰ আৰক্ষী অধীক্ষক IPS আনন্দ মিশ্ৰই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰৰ বাব পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই এতিয়া অসম এৰিবলৈ সাজু হৈছে। ইতিমধ্যে SP আনন্দ মিশ্ৰই বিহাৰলৈ নিজৰ মৰমৰ বাইক দুখন প্ৰেৰণ কৰিছে। IPS আনন্দ মিশ্ৰই অৱসৰ বিচাৰি ডিজিপিৰ