Browsing Tag

IPL.

আকৌ IPL ৰ উন্মাদনাঃ বৰ্ষাপাৰত অনুষ্ঠিত হ’ব IPL ৰ দুখনকৈ মেচ

আকৌ সেই উন্মাদনা, উত্তেজনা, হাল্লা বোল। আজিৰে পৰা পুনৰ আই পি এল জ্বৰত আক্ৰান্ত হ'ব দেশ। ২২ মাৰ্চৰ পৰা দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ'ব ২০২৪ বৰ্ষৰ আই পি এল। আই পি এল মেটৰ বাবে সাজু হৈছে গুৱাহাটী বৰ্ষাপাৰ ষ্টেডিয়াম। গুৱাহাটীৰ বৰ্ষাপাৰৰ অসম