Browsing Tag

IPL

ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে আই পি এল কৰ্তৃপক্ষৰ ঘোষণা উভতাই দিয়া…

বিগত ১৯মে'ত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে সোমবাৰে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে এক নতুন সিদ্ধান্ত। উল্লেখ্য যে বৰষুণে বিধি-পথালি দিয়া বাবে

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল

ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ।আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব

আজি আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

চলিত আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। ইতিমধ্যে প্লে-অফত স্থান নিশ্চিত কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এই মেচখনৰ ফলাফলতকৈ

 আইপিএলৰ পৰা বিদায় ললে ৪টা দলৰ!

কোন কোন দলে প্লে অফত উপনীত হ’ব পাৰে আৰু কোন কোন দলে আইপিএলৰ পৰা বাহিৰ হ’ব। ২২ মাৰ্চত আৰম্ভ হৈছিল আইপিএল ২০২৪। চাওঁতে চাওঁতে লীগ পৰ্বৰ খেল প্ৰায় শেষ পৰ্যায়ত। প্ৰতিটো দলৰ আৰু তিনিখনকৈ মেচ বাকী। বৰ্তমান লীগ টাবুললৈ চালে

IPLত সৰ্ব্বোচ্চ ৰানেৰে ৰিয়ানৰ দখলত ‘অৰেঞ্জ কেপ’

অসম সন্তান ৰিয়ান পৰাগৰ বেটিং বিক্ৰমেৰে IPL ত সোমবাৰৰ মেচত ৰিয়ানে অৰ্শশতক অৰ্জন কৰি মুম্বাই ইণ্ডিয়ানছক ধৰাশায়ী কৰে। এইবাৰ IPLত তেওঁ ক্ৰমাগতভাৱে অৰ্জন কৰিলে দ্বিতীয়টো অৰ্ধশতক। ইয়াৰ লগে লগে বিৰাট কোহলীক চেৰ পেলাই তেওঁ আজুৰি আনিলে

কেতিয়া IPLৰ ১৭ সংখ্যক সংস্কৰণৰ সময়সূচী মুকলি হ’ব

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব Women’s Premier Leagueৰ খেল। Women’s Premier Leagueৰ সমান্তৰালকৈ বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগ IPLক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ। IPL-2024ৰ সময় চমুচাপি অহাৰ লগে লগে অনুৰাগীসকলে