Browsing Tag

INDI

কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈৰ বিয়োগ

মাতৃহীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ। যোৱানিশা মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈৰ দেহাৱসান ঘটে। নিশা হঠাৎ হোৱা প্ৰেছাৰ ষ্ট্ৰোকৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল লাৱণ্য গগৈক। কিন্তু হাস্পতালত চিকিৎসকে মৃত বুলি ঘোষণা কৰে মৌচম গগৈৰ মাতৃক। পুৱাই