Browsing Tag

HEALTH

আলিংগনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

স্বাস্থ্যৱান হৈ থাকে হৃদযন্ত্ৰ আলিংগন কৰিলে শৰীৰত অক্সিটচিন হৰমনৰ স্তৰ বৃদ্ধি হয়। ই সেই ব্যক্তিজনৰ সৈতে সম্পৰ্কও উন্নত কৰে। অক্সিটচিনৰ অত্যাধিক উৎপাদনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা তথা হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত

পইতা ভাত কিমান ঘণ্টা পানীত তিয়াব লাগে ?

দিনক দিনে বাঢ়িছে গৰমৰ প্ৰকোপ। তীব্ৰ গৰমত শৰীৰ সতেজ কৰি ৰাখিবলৈ পুৱা বহুতেই পইতা ভাত খায়। নিশা খোৱাৰ পিছত ৰৈ যোৱা ভাত নিৰ্দিষ্ট পৰিমাণৰ পানীত তিয়াই ৰাখিলে তাক কোৱা হয় পইতা ভাত। পুৱা সেই ভাত আলু পিতিকা, পিঁয়াজ, জলকীয়া আদিৰে খোৱাৰ

ক’লা আঙুৰ স্বাস্থ্য বাবে কিমান উপকাৰি ?

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ ডায়েবেটিছ ৰোগীৰ বাবে ক'লা আঙুৰ খোৱাটো অত্যন্ত উপকাৰী। ইয়াত পোৱা ডায়েবেটিক ৰোধী উপাদানবোৰে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।তদুপৰি, ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ আঙুৰত পোৱা যায়, যাৰ

ক’লা আঙুৰ স্বাস্থ্য বাবে কিমান উপকাৰি ?

 সুস্বাস্থ্যৰ বাবে সুস্বাদু আঙুৰ খোৱাটো খুব জৰুৰী। সেউজীয়া আঙুৰৰ লগতে ক'লা আঙুৰো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ক'লা আঙুৰত ভিটামিন-চি, এ, বি৬, প্ৰ'টিন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামৰ দৰে পুষ্টি পোৱা যায়। ৰক্ত শৰ্কৰা

প্ৰতিদিনে ৰাতিপুৱা এই সৰু পাতবোৰ চোবাওক, কেতিয়াও বিপি-মধুমেহ ৰোগ নহ’ব

তুলসীৰ পাতবোৰ হৃদযন্ত্ৰ আৰু মগজু দুয়োৰে বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। তুলসী উদ্ভিদৰ সকলো অংশই এডাপ্টোজেন হিচাপে কাম কৰে। এডাপ্টোজেন হৈছে এক প্ৰাকৃতিক পদাৰ্থ যি আপোনাৰ শৰীৰক চাপৰ সৈতে খাপ খোৱাত সহায় কৰে আৰু মানসিক ভাৰসাম্য

সঘনাই হাত আৰু ভৰি জিনজিনাই থাকে

দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি থকা বা থিয় হৈ থাকিলে এনে হ'ব পাৰে। তদুপৰি, বহু সময় ধৰি একে স্থিতিত শুলে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে জিনজিননিৰ সমস্যা হ'ব পাৰে। একে স্থিতিত বহি-শুই থাকিলে শিৰাবোৰৰ ওপৰত চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস

আমলখিৰ ৰসে মেদবহুলতা, ডায়েবেটিচকে ৰোগ নিয়ন্ত্ৰণ কৰে

আমলখিৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে তেজ পৰিস্কাৰ হয়।তদুপৰি, মেদবহুলতা, মধুমেহ, জণ্ডিচ, এচিডিটি আৰু ৰক্তহীনতা আদিৰ দৰে বহুতো সমস্যাৰ পৰা আপোনাক আমলখিৰ ৰসে ৰক্ষা কৰিব পাৰে।আমলখিত ভিটামিন চি, টেনিন, এমিনো এচিড আৰু

গৰ্ভাৱস্থাত মহিলাই কি কি খাব নালাগে

কিছুমান পাচলিয়ে গৰ্ভৱতী মহিলাগৰাকীৰ বহু ক্ষতি কৰিব পাৰে। গৰ্ভাৱস্থাত কোনবোৰ পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক অমিতা – গৰ্ভাৱস্থাত অমিতা খাব নালাগে। কিয়নো অমিতাত থকা কিছুমান উপাদানৰ ফলত জৰায়ুত সংকোচন হ'ব পাৰে, যাৰ ফলত

 শৰীৰটোক ঠাণ্ডা কৰিবলৈ কি কি খাদ্য খাব লাগিব ? 

সতেজ ফল তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে,যিয়ে আমাৰ শৰীৰটোক হাইড্ৰেটে[ হৈ থকাত সহায় কৰে।আনহাতে, নেমু, আঙুৰ, আম, কমলা, আনাৰস, ষ্ট্ৰবেৰী আৰু বিলাহীৰ দৰে নেমুজাতীয় ফলবোৰত ভিটামিন চি আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টি যেনে এ, বি, ই আৰু কে

ছাল-চুলিৰ যত্নত কলৰ বাকলি কিদৰে ব্যৱহাৰ কৰা হয়

কলৰ বাকলিয়ে মুখৰ মৃত কোষবোৰ দূৰ কৰি ছালখন উজ্জ্বল কৰাত সহায় কৰে। -আপুনি কলৰ বাকলি স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে কলৰ বাকলিখিনি পিছি লৈ তাত এক চিমুটি হালধি আৰু এক চামুচ মৌ প্ৰয়োগ কৰি মুখখন স্ক্ৰাব কৰিব। কলৰ বাকলিবোৰে