Browsing Tag

HEALTH

গৰমত পইতা ভাত খালে হ’ব পাৰে স্বাস্থ্যৰ বাবে ক্ষতি!

গ্ৰীষ্মকালত পইতা ভাত খোৱাটো অসমীয়া লোকৰ এক আৱেগৰ দৰে। অসমত পানী দিয়া ভাত খোৱাৰ বহুল প্ৰচৰণ আছে। বাহি ভাতত পানীৰ লগত বিভিন্ন সংমিশ্ৰণত খোৱা হয়। পইতা ভাতৰ লগত সিজোৱা আলু, মুছুৰদাল, কেঁচা পিয়াজ আৰু নেমুৰ ৰসৰ দি খাব লাগে।অসম কৃষি

আপুনি বৰ্দ্ধিত ওজনক লৈ চিন্তিত নেকি?

জিৰা আৰু চফৰ পানী খালে আপোনাৰ শৰীৰৰ বিপাকীয় ক্রিয়া বৃদ্ধি পাব। আচলতে জিৰা আৰু চফৰ পানীয়ে প্ৰাকৃতিক ডিটক্স পানীয়ৰ দৰে কাম কৰে। শৰীৰৰ চৰ্বি নিঃসৰণ কৰাত জিৰা পানীয়ে এক বিশেষ ভূমিকা পালন কৰে। ইয়াৰোপৰি এইতিনিবিধ সামগ্ৰী মিহলাই

শিশুক কিয় চুমা খাব নালাগে

বিয়পিব পাৰে বীজাণু শাৰীৰিক সংস্পৰ্শৰ পৰাই আটাইতকৈ বেছি বীজাণু বিয়পে। ইফালে, শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হয়। যাৰ বাবে, যিকোনো ৰোগে তেওঁলোকক খুব সোনকালে আক্ৰমণ কৰিব পাৰে। সেয়েহে, শিশুসকলক অপ্ৰয়োজনীয়ভাৱে স্পৰ্শ বা চুম্বন

দৈ খালে কিকি উপকাৰ হয় শৰীৰত

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। হাড়-দাঁতৰ স্বাস্থ্য শক্তিশালী কৰে দৈ কেলচিয়াম আৰু

ওজন কমাবলৈ দৈনিক কণী খাওঁক

ওজন হ্ৰাসত সহায়ক অধিকাংশ লোকে বিশ্বাস কৰে যে কণীত চৰ্বি থাকে, যাৰ ফলত ওজন বৃদ্ধি হয়। কিন্তু যদি আপুনি আপোনাৰ ৰাতিপুৱাৰ আহাৰত দৈনিক দুটা সিজোৱা কণী খায়, তেতিয়া ই আপোনাৰ ওজন হ্ৰাসত সহায় কৰিব।অৱশ্যে আপুনি কণীৰ হালধীয়া অংশটো খাব

ডায়েৰিয়া আৰু কলেৰাৰ ?

ডায়েৰিয়া আৰু কলেৰা ৰোগ হ’লে আপুনি  ঘৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব?ডায়েৰিয়া হ’লে ঘৰুৱাভাৱে কি ঔষধ প্ৰস্তুত কৰি খালে ৰোগ নিৰাময় হয় জানেনে? ডায়েৰিয়া আৰু কলেৰা ৰোগৰ পৰা কিদৰে দূৰত থাকিব? ডায়েৰিয়া আৰু কলেৰা ৰোগৰ পৰা বাচিবলৈ

ৰাতিপুৱাৰ আহাৰ খোৱাৰ পাছত ব্ৰাছ কৰিব কিয় নালাগে

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে মুখৰ স্বাস্থ্য দুৰ্বল হ’লে আমাৰ শৰীৰটোয়ে বহুতো স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়।যাৰ বাবে সদায় মুখৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ যত্ন লোৱাটো খুবেই জৰুৰী।বিশেষকৈ ৰাতি টোপনি যোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠাৰ

বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ক’ভিশ্বীল্ড

বিশ্বজুৰি আষ্ট্ৰাজেনেকাৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ আতংক অব্যাহত থকাৰ সময়তে বজাৰৰ পৰা প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা ভেকচিনসমূহ ঘূৰাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ মাজত আছে ভাৰতত বহুলভাৱে ব্যৱহাৰ হোৱা কোভিডৰ ভেকচিন কোভিশ্বিল্ডো।

দূৰ হ’ব পেটৰ সমস্যা!পুৱা উঠি এগিলাছ পানীৰ সৈতে খাওক এইবিধ বস্তু!

গ্ৰীষ্মকালত বহু লোক পেটৰ সমস্যাত ভোগে। কাৰণ গৰমত যিকোনো খাদ্য খালে নানা ৰোগ হ’ব পাৰে। সেয়ে আজি আমি দিল্লীৰ এজন চিকিৎসকৰ কথা ক’ম আৰু জনাম আপোনাৰ খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰা উচিত, যাতে পেটৰ সমস্যা দূৰ হয়। ডাঃ অংকুৰ জৈনে কয়

ধনিয়া কি কি কামত ব্যৱহাৰ কৰা হয়

ভাৰতীয় লোকৰ পাকঘৰত ধনিয়াৰ এক বিশেষ আদৰ আছে। সোৱাদ বঢ়োৱাৰ পৰা খাদ্য পৰিবেশনৰ সময়ত দেখাত অধিক আকৰ্ষণীয় হ'বলৈ খাদ্যবিধ সজাই-পৰাই তোলালৈকে ধনিয়াই বিশেষ ভূমিকা পালন কৰে। বনৌষধি তৈয়াৰ কৰাতো ধনিয়া ব্যৱহাৰ কৰা হয়। ধনিয়া আমাৰ স্বাস্থ্য