Browsing Tag

HEALTH

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি খাব আপুনি

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ সলনি কি কি খাব ১. কুহুমীয়া পানী: ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে পাচন তন্ত্ৰ পৰিস্কাৰ হয় আৰু বিপাক বৃদ্ধি হয়। ২. নেমু পানী: নেমু পানী সেৱনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ

চুলি পকাৰ পৰা কিদৰে ৰক্ষা পৰিব আপুনি

সন্তুলিত আহাৰ চুলি সৰা সমস্যা পৰিহাৰ কৰিবলৈ এজন ব্যক্তিয়ে তেওঁৰ আহাৰত ভিটামিন, খনিজ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল, বাদাম আৰু বীন চুলিৰ বাবে উপকাৰী।দৈনিক খাদ্য তালিকাত এক সন্তুলিত আহাৰ

শৰীৰৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত নেমু কিমান উপকাৰী

নেমুৰ গুণাগুণ জানি চমৎকৃত হ’ব আপুনি। আয়ুৰ্বেদত বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত নেমুক উপকাৰী ফল বুলি গণ্য কৰা হয়। আয়ুৰ্বেদ চিকিৎসক কিষাণ লালে কয় ‘নেমু ভিটামিন চিৰ ভাল উৎস। ইয়াক বিভিন্ন খাদ্য আৰু বিভিন্ন সোৱাদযুক্ত পানীয় তৈয়াৰ কৰিবলৈ

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াবহ ৰূপ

বর্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীক ভর্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ

ক’লা জামু শৰীৰৰ বাবে কিমান উপকাৰী

এই ক’লা জামুত যথেষ্ট পৰিমাণে প্ৰ’টিন, কৰ্ব’হাইড্ৰেটৰ লগতে আন বহুতো গুণ আছে । যিবোৰ শৰীৰক ভালে ৰাখিবলৈ নিয়মিত প্ৰয়োজন হয়। মিঠা আৰু ৰসাল এই ফলটো বহুতৰে প্ৰিয়। ক’লা জামুয়ে মানুহৰ শৰীৰত তেজ পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে তেজৰ

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগী

গুৱাহাটী মহানগৰীকে ধৰি অসমৰ অন্যান্য জিলাসমূহতো জাপানীজ এনকেফেলাইটিছ ৰোগ লাহে লাহে বিয়পি পৰিছে । এইবাৰ এই ৰোগত আক্ৰান্তৰ অধিকাংশই শিশু আৰু কিশোৰ, কিশোৰী ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে ২২জন ৰোগী।

কলাখাৰ শৰীৰৰ বাবে কিমান উপকাৰী ?

মানুহৰ শৰীৰক দৈনিক প’টাছিয়ামৰ প্রয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্রসূ উৎস হ’ব পাৰে। ৰ ব্যঞ্জনে পেলুৰোগ নিৰাময়তো লাভদায়ক।আমি সকলোৱে খাৰ দিয়া ব্যঞ্জন পছন্দ কৰো। অতীজৰে পৰা জুতিলগা খাৰৰ ব্যঞ্জন পছন্দ বাবে অসমীয়া জাতিক খাৰখোৱা বুলিও কোৱা হয়।

কিদৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰি

পৰ্যাপ্ত পৰিমাণ টোপনি যাবলৈ চেষ্ঠা কৰিব লাগে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ ৰাতি ৬ৰ পৰা ৮ ঘণ্টা শান্তিৰে শুৱাটো অতি গুৰুত্বপূৰ্ণ। এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব নিজৰ বাবে সময় উলিয়াই নিতৌ ব্যায়াম, যোগ কৰিব আৰু পানী

ৰাতিপুৱাৰ আহাৰ খোৱাৰ পাছত ব্ৰাছ কৰিব নালাগে

কিয়নো, আহাৰ গ্ৰহণ কৰাৰ পিছত আমি খোৱা উচ্চ এচিডযুক্ত খাদ্যৰ কণাবোৰ দাঁতত জমা হোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত আপোনাৰ দাঁত সুৰক্ষিত হোৱাৰ বিপৰীতে দাঁতৰ কঠিন স্তৰটো ক্ষতিগ্ৰস্তহে হ'ব পাৰে। সেয়েহে, ৰাতিপুৱাৰ আহাৰ খোৱাৰ ৩০ মিনিটলৈকে ভুলতো

চাইকেল চলোৱাৰ লাভালাভ কি কি

. ওজন হ্ৰাসত সহায়ক আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ চিকাৰ হৈছে। ওজন বৃদ্ধিৰ সমস্যা পোৱাৰ ফলত আমাৰ শৰীৰত বহু ৰোগে দেখা দিয়ে।এই সমূহৰ সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি চাইকেল চলাব পাৰে। চাইকেল চলোৱাৰ সময়ত আমাৰ শৰীৰে কেলৰি দহন কৰে।