Browsing Tag

hariana

পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

সন্ধিয়া ৬-০০ বজালৈকে ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব। এইবাৰৰ নিৰ্বাচনত ৯০ আসনৰ বাবে মুঠ ১০৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ২০,৬৩২ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।