Browsing Tag

guwahati

আজিৰে পৰা মহা অম্বুবাচী মেলা

মা কামাখ্যা ধামত এই বৰ্ষৰ অম্বুবাচী মেলা হ'বলৈ মাথোঁ কিছু সময়ৰ অপেক্ষা। অম্বুবাচীৰ প্ৰবৃত্তিৰ শনিবাৰে পুৱা ৮:৪৩ মিনিটৰ পৰা আজিৰ পৰা ১০ আহাৰ (২৫জুন) লৈকে অনুষ্ঠিত হ'ব এই মেলা। সেই অনুসৰি নিবৃত্তিৰ সময়- ১০ আহাৰ(২৫জুন) মঙ্গলবাৰে

ইউ এছ টি এমত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ন মাইল, খানাপাৰা, ৰি ভয়, ২১ জুন, ২০২৪: দেশৰ তথা বিশ্বৰ বহু প্ৰান্তৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউ এছ টি এম) য়েও আজি দশম আন্তৰ্জাতিক যোগ দিৱস অতি উৎসাহেৰে উদযাপন কৰে। সুস্থ মনৰে সুস্বাস্থ্যৰ প্ৰসাৰৰ লক্ষ্যৰে শতাধিক

ৰুবুল দাসৰ সভাপতিত্বত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় বিশেষ বৈঠক অনুষ্ঠিত

আজি গুৱাহাটী চান্দামাৰীস্থিত আৰ্টিষ্ট গীল্ড সভাকক্ষত ৰুবুল দাসৰ সভাপতিত্বত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় বিশেষ বৈঠক অনুষ্ঠিত হয়। সভাৰ অন্তত আয়োজন কৰা সংবাদ মেলত পৰিষদ কেন্দ্রীয় সভাপতি ৰুবুল দাসে অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া

৫ ৰাশিৰ জীৱনত হ’ব বৃহৎ পৰিৱৰ্তন! হাতলৈ আহিব ধন, পাব চাকৰি!

সোমবাৰে অৰ্থাৎ ২৭ মে’ত ধনু ৰাশিত চন্দ্ৰ, তাৰ পৰা চন্দ্ৰৰ মকৰ ৰাশিৰ যাত্ৰা আৰম্ভ হ’ব। চন্দ্ৰৰ সৈতে মংগল গ্ৰহৰ সম্পৰ্কৰ ফলত ধন লাভ হ’ব।মিথুন ৰাশিৰ লোকসকলৰ বাবে আহি আছে এক বিশেষ দিন। হঠাতে হাতলৈ ধন আহিব। এই ৰাশিৰ লোকৰ কেৰিয়াৰত ডাঙৰ সফলতাৰ

এলাগী নহয় চজিনা পাতঃ মহিলাৰ বাবে মহৌষধ

চুলি সৰা,গালত গুটি ওলোৱা, মাহেকীয়া সময়ত নোহোৱা,মাহেকীয়াত অতিমাত্ৰা পেটৰ বিষ বা বহু দিনলৈ ৰক্তক্ষৰণ হোৱা এই সমস্যাবোৰ আজিকালি নিত্য নৈমত্তিক সাধাৰণ সমস্যা বুলিও একাংশই কব বিচাৰে। কিন্তু এয়া জানো চিন্তাৰ বিষয় নহয় ? কেতিয়াবা আপুনি

ছত্তিশগড়ৰ পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি

ছত্তিশগড়ত সোমবাৰে সংঘটিত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাৰ বাহপানী গাওঁৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুর্ঘটনা

ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে আই পি এল কৰ্তৃপক্ষৰ ঘোষণা উভতাই দিয়া…

বিগত ১৯মে'ত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিলৰ পাছতে সোমবাৰে আই পি এল কৰ্তৃপক্ষই ঘোষণা কৰিছে এক নতুন সিদ্ধান্ত। উল্লেখ্য যে বৰষুণে বিধি-পথালি দিয়া বাবে

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল

ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ।আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব

এজাক বৰষুণতে কৃত্ৰিম বানপানী স্মাৰ্ট গুৱাহাটীত!

স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনে এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। দেওবাৰে নিশাৰ ভাগত অহা বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈ আছে নাৰেংগীৰ বীৰকুছিৰ পথ চোৱাত। বীৰকুছিৰ ঘাই পথত বৰষুণৰ পানী জমা হোৱাত অঞ্চলটোৰ ৰাইজ ৰাজ পথ লৈ

কটন বিশ্ববিদ্যালয় আছু গোটৰ আহ্বায়ক সমিতি গঠন

কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত আছু গোটৰ আহ্বায়ক সমিতি গঠন কৰা হয়। কুলদীপ গৌতম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মাধুৰ্য্য মণ্ডিত ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। জাতীয় শ্বহীদক শ্ৰদ্ধাৰ সোঁৱৰণ কৰা সভাখনত মাধুৰ্য্য মণ্ডিত ডেকা,