Browsing Tag

guwahati

মহানগৰীৰত পুনৰ ভয়ংকৰ ভূমিস্খলন

মহানগৰীৰ বোন্দাৰ আমগাঁও নন্দন পথত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। বৃহস্পতিবাৰে নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে এই ঘটনা। চামচুল ৰহমান নামৰ লোক এজনৰ ভঁৰাল ঘৰৰ ওপৰত পাহাৰৰ ৰঙা মাটি খহি পৰে। মাটিৰ তলত ঘৰত থকা সকলো সামগ্ৰী পোত খাই

মহানগৰীৰ আজাৰৰ যোগীপাৰাত জব্দ কৰে নকল সোণ

অভিযানত ১.৮৩২ কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও, চাৰিটা মোবাইল ফোন, এখন ৫০০ টকীয়া নোট, দুটা পাৰ্ছ, এটা টাইটানৰ ঘড়ী জব্দ কৰিছে। এছটিএফয়ে যোগীপাৰাৰ গ্যালাক্সি গেষ্ট হাউচৰ ২০৭ নং কোঠাৰ পৰা সামগ্ৰীসমূহ জব্দ কৰে। উক্ত ঘটনাৰ লগত জড়িত

গুৱাহাটী নুনমাটি স্থিত কেন্দ্ৰীয় বিদ্যালয় সন্মুখত প্ৰতিবাদ শিক্ষাৰ্থী সকলৰ অভিভাৱকৰ

কেন্দ্ৰীয় বিদ্যালয় নুনমাটিৰ অভিভাৱক সন্থাৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক লোকৰ প্ৰতিবাদ। কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধিক মাছুল বৃদ্ধি কৰাক কেন্দ্ৰ কৰি গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ।

কামৰূপ বিজ্ঞান আৰু গণিতত দ্বিভাষিক শিক্ষাৰ ওপৰত ৫ দিনীয়া প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰিলে…

ডিম'ৰিয়া ব্লকৰ কামাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিতত দ্বিভাষিক শিক্ষাৰ ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ বাবে পাঁচ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে। অঞ্চলটোৰ শিক্ষাবিদসকলৰ পাঠদানৰ দক্ষতা বৃদ্ধিৰ

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ

ইডি, চিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে - ডা: ভবেন চৌধুৰী গুৱাহাটী, ২৯ জুন - সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আজি আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয়

‘ছহিদ’ পত্ৰিকা উন্মোচন’ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰ অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এক উন্মোচনী সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিশেষ সংখ্যা হিচাপে বিদ্যালয়খনত " ছহিদ" নামৰ