Browsing Tag

guwahati

অল গুৱাহাটী কাৰাটে দ ‘ ইনষ্টিটিউট শিক্ষক দিৱস উৎযাপন

শিক্ষক দিৱসৰ কাৰ্যসূচীত প্ৰশিক্ষণ কেন্দ্ৰটোৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আৰু অভিভাৱক সকলে কেক কাটি শিক্ষক দিৱস উৎযাপন কৰে গুৱাহাটী বিশ্ববদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ষষ্ঠতম অল আছাম কেৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি বিজয়ী হোৱা

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’…

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা 'দ্ৰোহ সনাতন - শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা' শীৰ্ষক গৱেষণা মূলক গ্ৰন্থখনি আজি গুৱাহাটী টাউন ক্লাবৰ

আগন্তুক ৪-৫দিনলৈ অসমত বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান । তদুপৰি দক্ষিণ বাংলাদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ওপৰত বায়ুৰ নিম্নচাপ সক্ৰিয় হৈ আছে । অহা

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশ সোমানীৰ।

 ভাৰতীয় অশ্বাৰোহী ফেডাৰেশ্যনে জয়পুৰত আয়োজন কৰা সপ্ত শক্তি হৰ্ছ শ্ব' প্ৰতিযোগিতাত ২টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে ৰিয়াংশে। প্ৰেম প্ৰকাশ গৌতমৰ তত্বাৱধানত অশ্বৰোহীৰ প্ৰশিক্ষণ লোৱা ৰিয়াংশে ইয়াৰ আগতে ২০২২ আৰু ২০২৩ চনত তেওঁৰ নাম

শিল্পী ৰমেন বৰুৱাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিল্পী ৰমেন বৰুৱাৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰুদ্দিষ্ট শিল্পীগৰাকী সন্দৰ্ভত পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত ২৩ দিনে সন্ধান ওলোৱা নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ কলৈ গল

ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপেও

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলুৱৈৰ শীৰ্ষক আলোচনাচক্ৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ আজি ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে এই সন্থাৰ সভাপতি

চি চি কেমেৰা ভাঙি মটৰ চাইকেলৰ যন্ত্ৰাংশ খুলি নিলে চুৰে নুনমাটিত

নতুন নতুন কৌশল অবলম্বন কৰি চোৰে লিপ্ত হৈছে গাড়ী চুৰি কাৰ্যত। নমাটি থানাৰ অন্তৰ্গত অসম জাতীয় বিদ্যালয়ৰ সন্মুখৰ সুন্দৰী হোটেলৰ চৌহদত সংঘটিত ঘটনাটো চোৰে হোটেলৰ চি চি কেমেৰা ভাঙি মটৰ চাইকেলৰ যন্ত্ৰাংশ খুলি নিয়াত তীব্ৰ চাঞ্চল্য