Browsing Tag

gulokganjo

সন্দেহজনক মুৰ্গী কঢ়িয়াই নিয়া বাহনৰ বিৰুদ্ধে গোলোকগঞ্জৰ আৰক্ষীৰ অভিযান

বহি: ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা সন্দেহজনক মুৰ্গী কঢ়িয়াই নিয়া বাহনৰ বিৰুদ্ধে গোলোকগঞ্জৰ ৰতিয়াদহ বেৰিকেডত আৰক্ষীৰ অভিযান। অভিযানত দুখনকৈ সোনালী মুৰ্গী কঢ়িয়াই নিয়া গাড়ী জব্দ। বাহন দুখনৰ নম্বৰAS 17 C 1994 আৰু AS17 C 7608।