Browsing Tag

FLOOD

কলিয়াবৰৰ ৰহধলা পঞ্চায়ত ৰিলিফৰ সামগ্ৰী সৰলুকি

কলিয়াবৰ ত বানাক্ৰান্তৰ বাবে ৰহধলা পঞ্চায়তত মজুত ৰখা সামগ্ৰী চুৰী কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পঞ্চায়তত মজুত থকা । পৰিমল দাস আৰু মিছামুখ পামৰ চৰকাৰী গাঁও প্ৰধান বলোৰাম ওৰাঙে চাউল ভৰ্তি বস্তা বিক্ৰী কৰিবলৈ নিয়াক কেন্দ্ৰ কৰি

কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কলিয়াবৰত যাতে তৃতীয়টো বান নহয় তাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি কম সময়তে মথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।কলিয়াবৰৰ হাতীমূৰাত উপস্থিত হৈ

আমগুৰিৰ খৰঙীত বানপীড়িত ৰাইজক সকাহ দিয়াৰ বাবে অনুষ্ঠিত হ’ল কঠীয়া পৰা কাৰ্যসূচী

ৰাজ্যত নেৰানেপেৰা বৰষুনৰ মাজতে ভিন্ন প্ৰান্তত সৃষ্ঠি হৈছে বানপানী আহাৰ মহীয়া বানকলৈ হাহাকাৰ বানপীড়িতৰ শেহতীয়া বানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে যাৰ বাবে আমগুৰিৰ খৰঙীত আজি

ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে হাতিমূৰাৰ মথাউৰি চিঙি পেলোৱাত প্লাবিত হৈ পৰিছে শ শ বিঘা কৃষি ভূমি

প্ৰতি মুহূৰ্তত বানাক্ৰান্তৰ কাষত কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শ‌ইকীয়া। সমগ্ৰ অসমতেই এতিয়া বানৰ তাণ্ডব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বলিয়া বানে বহুতৰেই ঘৰ দুৱাৰ ওঠোৱাই নিয়াৰ লগতে কৃষিজীৱি চহা অসমীয়াৰ সপোনবোৰ তছনচ

কোটোহাৰ তিনিখন গাঁওত খাদ্য সামগ্ৰী বিতৰণ

প্ৰলয়ংকাৰী বানত বিগত এপষেক ধৰি জলবন্দী হৈ আছে বুঢ়ীদিহিঙৰ বাঢ়নী পানীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে নৈপৰীয়াই। এবুকু পৰ্যন্ত বাসগৃহ বুৰ যোৱাত মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে ১৫০ টাকৈ পৰিয়াল। ডিব্ৰুগড়ৰ কোটোহাস্থিত ভগামূৰ তিনিআলি, কোঁৱৰ

কামপুৰ ৰাজহচক্ৰৰ ২০ খন গাওঁ বানৰ কৱলত

সাগৰীয় ঘূৰ্ণি ৰীমালৰ প্ৰবাৱত যোৱা সময়ত অসমত হোৱা প্ৰৱল ধুমুহা বৰষুণৰ ফলত এতিয়া কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে। নিশা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ নৈৰ কোৱাল সোঁতে ভাঙিলে পতিয়াপামৰ মথাউৰি। ফলত কেইবাখনো

চেন্নাইৰ বৰষুণৰ বাবে ৰে’ল ষ্টেচনত তিনিজন নিহত, ৮০০ জন আৱদ্ধ

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ কেইবাখনো জিলা সোমবাৰে (১৮ ডিচেম্বৰ) ঘূৰ্ণীবতাহ মিচাউঙৰ পৰৱৰ্তী প্ৰভাৱৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) পৰৱৰ্তী ২-৩ দিনত অধিক বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল। ৰাজ্যখনৰ চাৰিখন

চেন্নাইত তীব্ৰ বৰষুণত ২ জনৰ মৃত্যু; চহৰখনত প্ৰচুৰ বানপানী, বিদ্যালয় আৰু বিমানবন্দৰ বন্ধ

সোমবাৰে তামিলনাডুৰ ৰাজধানীত মুষলধাৰ বৰষুণ হোৱাৰ ফলত চেন্নাইত এটা নিৰ্মাণাধীন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু হয়। অহা ২৪ ঘণ্টাৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ উপকূলত ঘূৰ্ণীবতাহ 'মিচাউং'ৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা থকাৰ সৈতে, বিদ্যালয় আৰু

উত্তৰ তাঞ্জানিয়াত বানপানীৰ ফলত ২০ জনৰো অধিক লোকৰ মৃত্যু

উত্তৰ তাঞ্জানিয়াৰ মান্যৰা অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হৈছে বুলি দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনায়। এল নিনো বতৰৰ ঘটনাৰ ফলত হোৱা তীব্ৰ বানপানীৰ ফলত শেহতীয়া সপ্তাহবোৰত কেনিয়া আৰু চোমালিয়াত শ শ লোকৰ